মাচুল
২০২৬-২৭ শিক্ষাবৰ্ষৰ মাচুল তালিকা
| শ্ৰেণী | নামভৰ্ত্তি | বছৰেকীয়া | মাহিলী | পৰীক্ষা |
| অংকুৰ, কুহি, সোপান | ২৪০০ | ১৬০০ | ৫৫০ | ১৫০ |
| প্ৰথম, দ্বিতীয় শ্ৰেণী | ২৫০০ | ১৭০০ | ৬৫০ | ২০০ |
| তৃতীয়, চতুৰ্থ শ্ৰেণী | ২৬০০ | ১৮০০ | ৭০০ | ২৫০ |
| পঞ্চম, ষষ্ঠ শ্ৰেণী | ২৭০০ | ১৯০০ | ৭৫০ | ২৫০ |
| সপ্তম, অষ্টম শ্ৰেণী | ২৮০০ | ২০০০ | ৮০০ | ৩০০ |
| নবম শ্ৰেণী | ৬০০০ | ৩৫০০ | ১২০০ | ৩০০ |
| দশম শ্ৰেণী | ৭০০০ | ৫০০০ | ১৬৫০ | ৩০০ |
| একাদশ শ্ৰেণী (কলা) | ৫০০০ | ৫০০০ | ১০০০ | ৩০০ |
| একাদশ শ্ৰেণী (বিজ্ঞান) | ২১০০০ | ২১০০০ | ২২০০ | ৪০০ |
| দ্বাদশ শ্ৰেণী (কলা) | ৫০০০ | ৫০০০ | ১০০০ | ৩০০ |
| দ্বাদশ শ্ৰেণী (বিজ্ঞান) | ২১০০০ | ২১০০০ | ২২০০ | ৪০০ |
বিঃদ্রঃ
১) দৰিদ্ৰ সীমাৰেখাৰ (BPL) তলত বসবাস কৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তিৰ ৫০% ৰেহাই
দিয়া হয়। (একাদশ শ্ৰেণীৰ বাবে)
২) হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা তাতোধিক ন্মবৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে নাম
ভর্তি মাচুল লোৱা নহয় ৷
৩) পঞ্চমৰ পৰা অষ্টম শ্ৰেণীলৈকে কম্পিউটাৰ শিক্ষাৰ কাৰণে মাহিলী ৩০(ত্ৰিছ) টকা লোৱা হয় ৷
৪) বিদ্যালয়ৰ নিৰ্ধাৰিত সময়ানুযায়ী সকলো শিক্ষাৰ্থীয়ে নামভৰ্তিৰ নবীকৰণ কৰাটো বাধ্যতামূলক।
Contact Us
Location:
Udmari, Singari Madrasa, Nagaon (Assam)
Email:
ujvsss2005@gmail.com
Call:
Principal 9435067972
Vice Principal 8638904556
Administrator 8486024256
Unitarian Jatiya Vidyalaya