পোছাক
| অংকুৰ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ | |
| ছাত্ৰৰ বাবে | ছাত্ৰীৰ বাবে |
| চোলা : বগা ৰঙৰ | চোলা : বগা ৰঙৰ |
| পেণ্ট : ক'লা ৰঙৰ | স্কার্ট : ক'লা ৰঙৰ |
| জোতা : কলা ৰঙৰ | চেলুৱাৰ কামিজ : বগা ৰঙৰ |
| মোজা : ৰঙা ৰঙৰ | লেগিংছ : ক'লা ৰঙৰ |
| ছুৱেটাৰ : ৰঙা ৰঙৰ | চুৰণী: ৰঙাৰ মাজত বগা ফুটুকা |
| বিদ্যালয়ে নিৰ্দ্ধাৰণ কৰা নিৰ্দিষ্ট বেল্ট আৰু বেজ । | জোতা : ক'লা ৰঙৰ |
| মোজা : ৰঙা ৰঙৰ | |
| ছুৱেটাৰ : ৰঙা ৰঙৰ | |
| বিদ্যালয়ে নিৰ্দ্ধাৰণ কৰা নিৰ্দিষ্ট বেল্ট আৰু বেজ । | |
| সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ | |
| ছাত্ৰৰ বাবে | ছাত্ৰীৰ বাবে |
| চোলা : বগা ৰঙৰ | চোলা : বগা চুৰিদাৰ আৰু বগা পায়জামা |
| পেণ্ট : ক'লা ৰঙৰ | চুৰণী: ৰঙাৰ মাজত বগা ফুটুকা |
| জোতা : কলা ৰঙৰ | জোতা : ক'লা ৰঙৰ |
| মোজা : ৰঙা ৰঙৰ | মোজা : ৰঙা ৰঙৰ |
| ছুৱেটাৰ : ৰঙা ৰঙৰ | ছুৱেটাৰ : ৰঙা ৰঙৰ |
| বিদ্যালয়ে নিৰ্দ্ধাৰণ কৰা নিৰ্দিষ্ট বেল্ট আৰু বেজ । | বিদ্যালয়ে নিৰ্দ্ধাৰণ কৰা নিৰ্দিষ্ট বেল্ট আৰু বেজ । |
| একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ | |
| ছাত্ৰৰ বাবে | ছাত্ৰীৰ বাবে |
| চোলা : বেবী গোলাপী (Baby Pink ) ৰঙৰ | চোলা : বেবী গোলাপী (Baby Pink ) ৰঙৰ চুৰিদাৰ আৰু বগা পায়জামা |
| পেণ্ট : ক'লা ৰঙৰ | চুৰণী: ৰঙাৰ মাজত বগা ফুটুকা |
| জোতা : কলা ৰঙৰ | জোতা : ক'লা ৰঙৰ |
| মোজা : ৰঙা ৰঙৰ | মোজা : ৰঙা ৰঙৰ |
| ছুৱেটাৰ : গাঢ় সেউজীয়া ৰঙৰ | ছুৱেটাৰ : গাঢ় সেউজীয়া ৰঙৰ |
| বিদ্যালয়ে নিৰ্দ্ধাৰণ কৰা নিৰ্দিষ্ট বেল্ট আৰু বেজ । | বিদ্যালয়ে নিৰ্দ্ধাৰণ কৰা নিৰ্দিষ্ট বেল্ট আৰু বেজ । |
স্কুল বেজ :
চোলাৰ জেপৰ ওপৰৰ অংশৰ মাজত থাকিব লাগিব। চেলোৱাৰ কামিজ পিন্ধা ছোৱালী সকলে সোঁ বাহুত লগাব লাগিব।
বেল্ট :
বিদ্যালয় কর্তৃপক্ষই নির্দিষ্ট কৰি দিয়া বেল্ট পৰিধান কৰা বাধ্যতামূলক ৷
বিঃদ্রঃ বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত ৰঙৰ ছাত্ৰ-ছাত্ৰীৰ পোছাকৰ ব্যৱস্থা অভিভাৱকে নিজেই কৰিব।
Contact Us
Location:
Udmari, Singari Madrasa, Nagaon (Assam)
Email:
ujvsss2005@gmail.com
Call:
Principal 9435067972
Vice Principal 8638904556
Administrator 8486024256
Unitarian Jatiya Vidyalaya